কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক তথা জন বিৰোধী নীতিৰ বিৰুদ্ধে অহা ২ ছেপ্তেম্বৰত ধৰ্মঘট কৰিব দেশৰ ৰাজহুৱা প্ৰতিস্থান সমূহে। এই আহ্বান জনাইছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, বেংক আৰু বীমা, বি এছ এন এল, বিভিন্ন ৰাজহুৱা উদ্যোগ আৰু সৰ্ব ভাৰতীয় ফেডাৰেচনে। কেন্দ্ৰীয় চৰকাৰৰ এহাতে দেশী- বিদেশী পুঁজিপতি গোষ্ঠী সমূহৰ প্ৰতি দৰদ আৰু আনহাতে শ্ৰমিক তথা জন বিৰোধী অৰ্থনৈতিক নীতিৰ এক সৰ্বাত্মক প্ৰতিবাদৰ বাবেই এই ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে বুলি এক সূত্ৰত প্ৰকাশ ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment