গেছ চিলিণ্ডাৰ আৰু কেৰাচিনৰ দাম বাঢ়িল :: গ্রাহকক পুনৰ মাধমাৰ


ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১.৯৩টকা আৰু কেৰাচিনৰ মূল্য প্ৰতি লিটাৰত ২৫ পইচাকৈ বৃদ্ধি হৈছে৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছ আৰু কেৰাচিনৰ ৰাজ সাহায্য স্থায়ীভাবে প্ৰত্যাহাৰ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্তৰ ফলত দেশৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰাটো প্ৰায় নিশ্চিত৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment