ভাৰত বাংলাদেশৰ মাজত ৰেল চলোৱাৰ উদ্দেশ্যে আগৰতলা আথোৰি ৰেল লাইনৰ কালি আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে ভাৰতৰ ৰেল মন্ত্ৰী সুৰেশ প্ৰভূ আৰু বাংলাদেশৰ ৰেল মন্ত্ৰী মুজিবুল হকে। আনহাতে প্ৰভু আৰু ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাইয়ে ফ্লেগ অফ কৰি ত্ৰিপুৰা সুন্দৰী নামৰ ৰেল খনৰ যাত্ৰা আৰম্ভ কৰি ত্ৰিপুৰাক ভাৰতৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment