বিশিষ্ট প্ৰবীন অভিনেতা ভোলা কটকীলৈ সন্মান :::'নট সূৰ্য্য ফণী শৰ্মা' বঁটা প্ৰদান

অসমৰ নাট্য জগতৰ বিশিষ্ট অভিনেতা তথা প্ৰবীন শিল্পী ভোলা কটকীক 'নট সূৰ্য্য ফণী শৰ্মা ' বঁটা প্ৰদান কৰা হয়। গোৱালপাৰাত কালি অসমৰ নাট্য জগতৰ কিংবদন্তী স্বৰূপ নট সূৰ্য ফণী শৰ্ম্মাৰ মৃত্যু তিথি উপলক্ষে আয়োজিত এক সভাত কটকীক এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে। এই বঁটাত এখনি প্ৰশস্তি পত্ৰৰ লগতে এক লাখ টকা আছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment