ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হব অৰবিন্দ পানাগাৰিয়া

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী গৱৰ্ণৰ হোৱাটো নিশ্চিত হৈছে অৰবিন্দ পানাগাৰিয়া। বৰ্তমান তেওঁ নিটি আয়োগৰ উপাধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী মোডীৰ পলিচী এডভাইজাৰ। বৰ্তমানৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনৰ অহা ৪ চেপ্তেম্বৰত কাৰ্যকাল অন্ত পৰিব । কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক পৰামৰ্শ দাতা কমিতিৰ মূৰব্বীৰ দায়িত্বত থকা পানাগাৰিয়া এগৰাকী ইণ্ডিয়ান আমেৰিকান অৰ্থনীতিবিদ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment