ৰাজ বাব্বৰক উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি নিযুক্তি

কংগ্ৰেছ নেতা তথা অভিনেতা ৰাজ বাব্বৰক উত্তৰ প্ৰদেশৰ সভাপতি হিচাবে নিযুক্তি দিয়া হৈছে। এই কথা সদৰী কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক গোলাম নবী আজাদে। অৱশ্যে সমাগত বিধান সভা নিৰ্বাচনত কোন হব মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সেয়া কংগ্ৰেছ দলটিয়ে প্ৰকাশ কৰা নাই।

Share on Google Plus

About Unknown

0 comments:

Post a Comment