অবৈধ নাৰী সৰবৰাহী চক্ৰৰ পৰা আজি এজনী যুৱতী কোনোমতে ৰক্ষা পাবলৈ সক্ষম হয়। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পাঞ্জাবাৰীৰ আৰ্য ভট্ত পথত। ভুক্ত ভোগী যুৱতী গৰাকীয়ে জানিবলৈ দিয়া মতে-- তিনি জন ব্যক্তিৰ এটি দলে তেওঁক ক্লোৰোফম দি অচেতন কৰি তোলে। তাৰ পিছত তেওঁক অচিনাক্ত স্থানলৈ লৈ যাওঁতে তেওঁ সম্বিত ঘূৰাই পায়। এনে সময়তে তেওঁক নিয়া গাড়ীখন ৰখাই দুজনে এখন দোকানলৈ সোমাই যাওঁতে তাৰ পৰা কোনোমতে যুৱতী গৰাকী পলাই আহিবলৈ সক্ষম হয়। যুৱতী গৰাকীয়ে জনোৱা মতে, নাৰী অপহৰণকাৰী দলটিয়ে আৰু তিনিজনী যুৱতীক অপহৰণ কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment