বাক্সাত SSB জোৱানৰ আত্মহত্যা

   আজি বাক্সাত SSBৰ জোৱান এজনে আত্মহত্যা কৰে। জোৱান জন হৈছে SSBৰ ASI ৰ দুলাল শৰ্মা । বাক্সাৰ ককিলাবাৰী ফাৰ্মত থকা SSBৰ 32 BN ৰ BOP (BORDER OBSERVATION POST)ত এই ঘটনা সংঘটিত হৈছে। বুকুত চাৰিটা গুলীৰ চিন,চাৰ্ভিচ কাৰ্বাইন, চাৰিটা খালী কাৰ্টিজ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে। তেখেতৰ ঘৰ নলবাৰীৰ দিহজাৰীত আছিল । আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
সংবাদ আৰু ফটো:: শিবেন ডেকা, আনন্দ বজাৰ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment