বেজৰ নাকতে খৰ:: ডকাইতিত জড়িত আৰক্ষীক গ্ৰেপ্তাৰ

গুৱাহাটী আৰু আশে পাশে থকা বিভিন্ন অঞ্চলত সংঘটিত কেবাটাও ডকাইতিৰ ঘটনাত জড়িত এজন আৰক্ষীৰ লোকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা  লোকজন হৈছে ১৪ নম্বৰ অসম বেটেলিয়নৰ কনিষ্টবল ফিৰোজ ৰহমান। আৰক্ষীয়ে নলবাৰীৰ পৰা তেওঁৰ সহযোগী তিনিজন ডকাইতকো গ্ৰেপ্তাৰ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment