ই- ৰিক্সাৰ বাবে অনুজ্ঞা পত্ৰ নেলাগে ::: কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে আজি ই- ৰিক্সা চলোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুজ্ঞা পত্ৰৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰিছে । অৱশ্যে ৰাজ্য চৰকাৰ সমূহে এই ই- ৰিক্সা সমূহ যান বাহন নীতিৰ আধাৰত কোন কোন পথত চলাব পাৰিব সেয়া নিদ্ধাৰণ কৰিব পাৰিব । কেন্দ্ৰীয় পথ পৰিবহন বিভাগে  এই সম্পৰ্কত  এক অধিসূচনা জাৰি কৰিছে। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment