অশান্ত জৰ্জৰ কাশ্মীৰত কুটাঘাট মূলক কাৰ্য কৰাৰ বাবে উঠি পৰি লাগিছে পাকিস্তানৰ সন্ত্ৰাসবাদী সকল। তেনে উদ্দেশ্য লৈ অহা চাৰিজন সন্ত্ৰাসবাদীক আজি সেনাই গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে । লগতে এজন সন্ত্ৰাসবাদীক জীৱন্তে আটক কৰিছে। এই ঘটনা সংঘটিত হৈছে কুপৱাৰা জিলাৰ পাকিস্তানৰ সীমান্তৱৰ্তী নানাউগাম চেক্টৰত। আনহাতে ,কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজুজুৱে পাকিস্তানৰ সন্ত্ৰাসবাদীক প্ৰতিহত কৰি জীৱন্তে আটক কৰিব পৰাটো এয়া সেনাৰ বৃহৎ সাফল্য বুলি অভিহিত কৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment