জাপানত আজি পুৱাৰ ভাগত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। টকীও চহৰৰ পশ্চিম প্ৰান্তত অৱস্থিত চাগামিহাৰা চহৰত থকা এটি মানসিক ভাৱে বিকাৰ গ্ৰস্থ লোকৰ সংস্থাপন কেন্দ্ৰত এজন যুৱকে সোমাই যেনি তেনি চোকা চুৰিৰে হনা খোচা কৰে। ফলত ১৯জন ৰোগীৰ মৃত্যু হয় আৰু ২০ জন আঘাত প্ৰাপ্ত হয়। কেন্দ্ৰটোৰ পূৰ্বৰ কৰ্মী ২৬ বছৰীয়া যুৱক এজনে এই কাৰ্য সংঘটিত কৰি পিছত আৰক্ষীৰ আত্ম সমৰ্পন কৰা বুলি জানিব পৰা গৈছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment