ভাৰতে POK ৰ ভিতৰলৈ গৈ আক্ৰমণ সফলতাৰে সম্পন্ন কৰাৰ আঁৰত অন্যতম ভূমিকা কোনে লৈছিল যানেনে? ISRO ৰ দ্বাৰা পৃথিৱীৰ ১৬০ কি মি ওপৰত স্হাপন কৰা Cartosat 2 নামৰ Sattelite এ এই ভূমিকা লয়, ই কক্ষপথত ভাৰতৰ তৃতীয় চকু হিচাপে কাম কৰি উগ্ৰপন্থীৰ সঠিক অৱস্থান আৰু কাৰ্য্য কলাপ সম্পৰ্কে সেনাক তথ্য যোগান ধৰি এই Mission সফলতাৰে সম্পন্ন কৰে। ১৯৯৯ চনত Kargil যুদ্ধৰ সময়ত ভাৰতে আমেৰিকাক পাকিস্তানী সেনাৰ অৱস্থিতিৰ তথ্য খুজিছিল , কিন্তু আমেৰিকাই ভাৰতৰ অনুৰোধ ৰক্ষা কৰা নাছিল , তেতিয়াই ভাৰতে নিজাকৈ এই Technology ব্যৱহাৰৰ ক্ষেত্ৰত কাম আৰম্ভ কৰে আৰু তাৰেই সুফল আমি সিদিনা দেখিবলৈ পালোঁ .. Jai Hind..... Congratulations ISRO....
যুগুতালে:: পংকজ শৰ্মা, পাঠশালা।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment