গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত দীন দয়াল গ্ৰামীণ কৌশল্য যোজনাৰ অধীনত কাম কৰা এজন কৰ্মচাৰীয়ে যোৱা নিশা কাৰ্য্যালয়ৰ ভিতৰতে আত্মহত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ছিপাঝাৰৰ বুবুল নাথ নামৰ কৰ্মচাৰীজনে কাৰ্যালয়টিৰ চতুৰ্থ মহলাৰ এটি কোঠাত থকা চিলিং ফেনত চিপজৰী লগাই আত্মহত্যা কৰিছে। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment