কলগাছিয়াৰ জনতা বজাৰত আজি পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুটি ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰম্ভ হোৱা এই অগ্নিকাণ্ডই মূহুৰ্ততে চাৰিওফালে বিয়পি পৰাত কেবাখনো দোকান জুইত জাহ যায় আৰু কেবাখনো দোকানৰ ক্ষতি সাধন হয়। এই অগ্নিকাণ্ডটি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে কোনো লোক হতাহত হোৱা নাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment