বাগছাত মহিলাৰ মৃতদেহ উদ্ধাৰ :::

বাগছাৰ সাউদৰভিঠাত আজি এজনী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। লোহাৰ দলংৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো পোৱা গৈছে। দক্ষিণ ৰৌমাৰীৰ মালতী দাস (৬৫)ৰ সেয়া মৃতদেহ বুলি চিনাক্ত হৈছে। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment