জ্বৰ আৰু পেটৰ অসুখত ভুগি সম্প্ৰতি চিকিৎসাধীন হৈ থকা প্ৰখ্যাত সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ আশু–আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কবি–সমালোচক নলিনীধৰ ভট্টাচাৰ্যৰ চিকিৎসাৰ সমস্ত ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে। সম্প্ৰতি দিছপুৰৰ জিএনআৰচি হাস্পতালত চিকিত্সাধীন হৈ আছে বৰ্ষীয়ান সাহিত্যিকগৰাকী।

0 comments:
Post a Comment