গোৱালপাৰাত হাতী- মানুহৰ সংঘাত::: ৩ জনৰ মৃত্যু

গোৱালপাৰাৰ ধুপধৰাৰ গাঠিয়াবাৰীত  হাতী - মানুহৰ মাজত আজি হোৱা সংঘাতৰ বাবে ৩ জন লোকৰ অকাল মৃত্যু হৈছে। মৃত ব্যক্তি গৰাকী কেইজন হৈছে --- গোপেশ ৰাভা, মিনতি ৰাভা আৰু ইকামনি ৰাভা। হাতীয়ে পৰিয়ালটোৰ ঘৰৰ বয়- বস্তু ভাঙি ছিঙি লণ্ড ভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment