মুখ্যমন্ত্ৰী সোণোৱাল আজি মাজুলীত উপস্থিত হোৱাত তেখেতক বিপুল ভাৱে আদৰণি জনোৱা হয়। কাইলৈ মাজুলীক জিলা হিচাবে ঘোষণা কৰা হব। এই লৈ মাজুলী কলেজত অনুষ্ঠিত হব লগা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত থাকিব । কাইলৈ কেবিনেটৰ বৈঠক মাজুলীত অনুষ্ঠিত হব, সেয়ে কেবিনেটৰ মন্ত্ৰী সকলৰ লগতে উচ্চ পদস্থ বিষয়া সকলো ইতিমধ্যে মাজুলীত উপস্থিত হৈছে।
Home / মাজুলী জিলা ঘোষণা হব কাইলৈ:: মুখ্যমন্ত্ৰী উপস্থিত
/ মাজুলী জিলা ঘোষণা হব কাইলৈ:: মুখ্যমন্ত্ৰী উপস্থিত
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment