অসমক আৰ্থিকভাৱে ক্ষতিগ্ৰস্থ কৰা বানক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীয়ে। অসম বিধান সভাৰ অধ্যক্ষ দাসে কালি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰোতে তেখেতে উদ্বিগ্নতা প্ৰকাশ কৰি এই সমস্যাৰ সমাধানৰ বাবে এক উমৈহতীয়া তথা যৌথ প্ৰচেষ্টাৰ কথা দোহাৰে। তাৰবাবে এলানী পৰামৰ্শও আগবঢ়ায় । অসম, তামিলনাডু, বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা আদি বান পিড়িত ৰাজ্য সমূহক এক গোট হৈ বান গৰখহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাবে লবলৈ কেন্দ্ৰীয় চৰকাৰক হেচা দিবলৈ পৰামৰ্শ আগবঢ়ায় । তেতিয়া কেন্দ্ৰীয় চৰকাৰ বাধ্য হব আৰু বান সমস্যা সমাধানত সহজ হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment