ৰূপকৰ পদক জিনিলে পি ভি সিদ্ধুৱে::

অলিম্পিকত ভাৰতৰ পি ভি সিদ্ধুৱে বেডমিন্টনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি অলপ আগতে অনুষ্ঠিত খেলখনত স্পেইনৰ লগত ২- ১ খেলত পৰাস্ত হৈ সোণৰ পদকৰ পৰা বঞ্চিত সিদ্ধুৱে ৰূপৰ পদক লাভ কৰে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment