স্বাধীনতাৰ প্ৰাকক্ষণত আজি সেনা আৰু আৰক্ষীয়ে মেঘালয়ৰ গাৰো পাহাৰত এক �অভিযান চলাই উগ্ৰধন্থী সংগঠন National Liberation Army ৰ এটি শিবিৰ উৎখাত কৰে। অৱশ্যে তাৰ আগতেই তাত থকা উগ্ৰপন্থী সকল পলাই যাবলৈ সক্ষম হয়। শিৱিৰটোত আলফা সদস্যও থাকে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। শিৱিৰটোৰ পৰা ভালেখিনি বোমা বাৰুদ আৰু অস্ত্ৰ তথা আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment