অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সভা::: গহপুৰত অনুষ্ঠিত

:::::::চিৰ চেনেহী মোৰ ভাষা জননী::::::
অসম সাহিত্য সভাৰ ২০১৫-১৬ ইং বৰ্ষৰ কাৰ্যনিৰ্বাহকৰ ষষ্ঠ পূৰ্ণাঙ্গ অধিৱেশনখনি আজি গহপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত গহপুৰ বালিকা বিদ্যালয়ত অনুষ্ঠিত হৈছে। সভাত সভাপতিত্ব কৰে  ডঃ ধ্রুৱজ্যোতি বৰাই আৰু সভাৰ আঁত ধৰে সম্পাদক প্ৰধান ডঃ পৰমানন্দ ৰাজবংশীয়ে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment