মানাহত এটি গড়ৰ মৃত্যু ::: দুটি পোৱালি এৰি গ'ল মাইনাওয়ে

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ২০০৫ চনত অনা প্ৰথমটো গড় মাইনাওৰ কালি মৃত্যু হৈছে।আজি ভূঞাপাৰা ৰেঞ্জৰ আবৈদ্বাৰা কেম্প এলেকাত গড়টোৰ মৃতদেহ উদ্ধাৰ হৈছে। বিগত ২০০৫ চনৰ ডিচেম্বৰ মাহত Wild Trust of India(WTI)য়ে কাজিৰঙাৰ পৰা মাইনাওক আনি মানাহত সংস্থাপিত কৰিছিল । মানাহত দুটি পোৱালি জন্ম দিয়া মাইনাওৰ যোৱা এসপ্তাহ ধৰি বেমাৰ হৈ আছিল আৰু যোৱা তিনি দিন ধৰি নিখোজ হৈ আছিল ।আজি পুৱাৰ ভাগত মৃত দেহ উদ্ধাৰ হৈছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment