ভাৰতীয় মহিলা সকলক গৌৰৱান্বিত কৰি আজি ভাৰতীয় বায়ু সেনা বাহিনীত এক নতুন অধ্যায়ৰ সূচনা হল। ভাৰতীয় বায়ু সেনাৰ প্ৰথম মহিলা যুঁজাৰু পাইলট হিচাবে নিযুক্তি দিয়া হৈছে তিনি মহিলাক। এই সাহসী কেডেট কেইগৰাকী হৈছে অৱনী চতুৰ্বেদী, ভাৱনা কান্ত আৰু মোহনা সিং। আজি হায়দৰাবাদৰ সমীপৰ ডুন্দিগালত থকা বায়ু সেনাৰ একাডেমীত অনুস্থিত উমৈহতীয়া 'গ্ৰজুৱেচন পেৰেডত' আনুষ্ঠানিক ভাৱে তেওঁলোকক বায়ু সেনা বাহিনীত অৰ্ন্তভূক্ত কৰা হয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment