আজি বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস বৰপেটাৰোড সাহিত্য সভা আজি বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আয়োজিত বিষ্ণু ৰাভা দিৱস পতাকা উত্তোলন আৰু বিষ্ণু- জ্যোতিৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পনেৰে শুভাৰম্ভ কৰা হয়। আবেলি ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে বিধান সভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসক সম্বর্ধনা জনোৱা হব। Share on Facebook Share on Twitter Share on Google Plus About Unknown RELATED POSTS আজি বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস Reviewed by Unknown on 13:50:00 Rating: 5
0 comments:
Post a Comment