সৰহভাগ দৈনিক কাকততে দিনটোৰ বাবে ৰাশিফল প্ৰকাশ কৰাৰ লগতে সাপ্তাহিকসমূহত সপ্তাহটোৰ বাবে, মাহেকীয়া আলোচনী কিছুমানত মাহটোৰ বাবে, আনহাতে বছৰটোৰ ... কালি দিনটোত যদি আমাৰ পৰিয়ালত বুজাবুজি আছিল, তেন্তে হঠাতে কিবা এটা অঘটন নঘটিলে আজিৰ দিনটোতো সেয়া অটুট থাকিব বুলি মোক বাহিৰৰ কোনোবাই কৈ দিব লাগিছেনে?


0 comments:
Post a Comment