নাম হৈছে মহৎ ::: কাম কিন্তু অসৎ
পৰিয়ালৰ লোকে নাম ৰাখিছিল মহৎ । কিন্তু এইজনা মহৎৰ অসৎ কাৰ্যই সকলোৰে চকু কপালত তুলিছে। বন ধংস কৰি সম্পত্তিৰ পাহাৰ গঢ়া মহৎ এইবাৰ নিজেই পিঞ্জৰাত আৱদ্ধ হল। দুৰ্নীতিৰ সম্ৰাট ডি এফ অ মহৎ তালুকদাৰৰ ঘৰত অভিযান চলাই ২.৯২ কোটি টকা,১ কিলো সোণ আৰু বিভিন্ন জীৱ জন্তুৰ ছাল, হাড় আদি জব্দ কৰিছে। বহু কোটি টকাৰ সম্পত্তিৰ অধিকাৰী মহৎ সম্প্ৰতি দুৰ্নীতি নিবাৰণ শাখাৰ জিম্মাত ।

0 comments:
Post a Comment