অ’ পানিৰছেলভাম তামিলনাডুৰ নতুন মুখ্যমন্ত্রী


জয়ললিতা নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ বিত্তমন্ত্রী অ’ পানিৰছেলভাম হ’ব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী। এ আই এ ডি এম কেৰ মুখ্য কার্যালয়ত আয়োজিত বৈঠকত পানিৰছেল্যভামাক ৰাজ্যৰ নতুন মুখ্যমন্ত্রী হিচাপে সর্বসন্মত সিদ্ধান্ত গ্রহণ কৰা হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment