সপ্তম দৰমহা আয়োগৰ প্রতিবেদন দাখিল:: দৰমহা ১৬.৪৪ শতাংশ বৃদ্ধি হব


সপ্তম দৰমহা আয়োগৰ প্রতিবেদন দাখিল কৰিলে আয়োগে। ৰাজ্যিক কর্মচাৰীৰ দৰমহা ১৬.৪৪ শতাংশ বৃদ্ধি হব। অহা পহিলা এপ্রিলৰ পৰা কার্য্যকৰি কৰা হব এই নতুন দৰমহা। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment