চৰকাৰী মাদ্রাছা শিক্ষানুষ্ঠানসমূহে এতিয়াৰ পৰা নিজাকৈ শুক্রবাৰৰ দিনটো জুম্মা নামাজৰ বাবে বন্ধৰ দিন হিচাপে পালন কৰিলে প্রধান শিক্ষকগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে অন্যান্য শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰিছে শিক্ষা মন্ত্রী হিমন্তবিশ্ব শৰ্মাই।
শুক্রবাৰে বন্ধ ৰাখিব নোৱাৰিব চৰকাৰী মাদ্রাছা::শিক্ষা মন্ত্রী হিমন্তবিশ্ব
চৰকাৰী মাদ্রাছা শিক্ষানুষ্ঠানসমূহে এতিয়াৰ পৰা নিজাকৈ শুক্রবাৰৰ দিনটো জুম্মা নামাজৰ বাবে বন্ধৰ দিন হিচাপে পালন কৰিলে প্রধান শিক্ষকগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে অন্যান্য শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰিছে শিক্ষা মন্ত্রী হিমন্তবিশ্ব শৰ্মাই।
0 comments:
Post a Comment