নতুন ৰূপত শীঘ্ৰেই আহি আছে ৫০,১০০ আৰু ১০০০ টকীয়া নােট::বিত্ত মন্ত্রী অৰুণ জেটলি


কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অতিশীঘ্ৰেই শীঘ্ৰেই ৫০,১০০ আৰু ১০০০ টকীয়া নােটাে নতুন ৰূপত বজাৰত মুকলি কৰিব কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে। নতুন দিল্লীত বৃহস্পতিবাৰে কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটলি আৰু কেন্দ্রীয় বিত্ত সচিব শক্তিকান্ত দাসে এই কথা সদৰী কৰে। বিত্ত সচিবে জনায় যে ৫০, ১০০ আৰু ১০০০ টকীয়া নােটবােৰ সম্পূর্ণ নতুন ডিজাইনেৰে ছপা কৰা হ’ব। এইবােৰ নােটৰ প্ৰতিখন অর্থাৎ ৫০, ১০০ আৰু ১০০০ টকীয়া নােটত কেতবােৰ সুৰক্ষামূলক নতুন বৈশিষ্ট্য থাকিব। এইবােৰ নােটাে যাতে কোনেও জাল কৰিব নােৱাৰে, তাৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে বুলি বিত্ত সচিবে জনায়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment