মুম্বাইৰ এখন বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্র-ছাত্রীক ক্রিকেটাৰ বিৰাট ক’হলীৰ প্রেয়সীৰ নাম কি বুলি সোধা এই প্রশ্নটােৱে বহুতৰে চকু কপালত তুলিছে। মুম্বাইৰ ভিভান্দীত থকা ছাছা হিন্দী হাইস্কুলৰ শাৰীৰিক শিক্ষা বিষয়ৰ পৰীক্ষাত শিক্ষকে শিক্ষার্থক বিৰাট ক’হলীৰ প্রেয়সীৰ নাম সুধি হতবাক কৰি তুলিছে। যোৱা ১৩ অক্টোবৰত হােৱা পৰীক্ষাত ছাত্র-ছাত্ৰীসকলক ক’হলীৰ প্রেয়সীৰ নাম খালী ঠাই পূৰ কৰা প্রশ্নত সোধা হৈছিল। প্রশ্নটােৰ উত্তৰ হিচাপে প্রিয়ংকা, অনুষ্ক আৰু দীপিকাৰ নাম দিয়া হৈছিল। বিদ্যালয়খনত এনেধৰণৰ আজব প্রশ্ন ] সোধাৰ কথা অভিভাৱকসকলে জানিব পাৰি আশ্চর্য প্রকাশ কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment