৩০অক্টোবৰ ১৯৪৮চনত নাথুৰাম গডচেই মোহনদাস কৰমচান্দ গান্ধীক গুলিয়াই বধ কৰিছিল কিন্তু নাথুৰামে ঘটনা স্থলীৰ পৰা পলায়ন কৰা নাছিল বৰঞ্চ আত্মসমৰ্পণ হে কৰিছিল l নাথুৰামৰ লগতে ১৭ জন অভিযুক্তৰ ওপৰত গান্ধী হত্যাৰ বিচাৰ চলোৱা হৈছিল l এই মোকৰ্দমা চলি থাকোতে ন্যায়মুৰ্তি খোছলাকনাথুৰামে নিজৰ বক্তব্য নিজে পঢ়ি জনতাৰ সন্মুখত ৰখাৰ অনুমতি বিছাৰিছিল যিটো ন্যায়মুৰ্তি স্বীকাৰ কৰিছিল l যদিওবা চৰকাৰে নাথুৰামৰ এই বক্তব্যত প্ৰতিবন্ধ লগাই দিছিল তথাপি নাথুৰামৰ সৰু ভায়েক আৰু গান্ধী হত্যাৰ সহ অভিযুক্ত গোপাল গডচেই ৬০ বছৰৰ দীঘলীয়া আইনী যুদ্ধৰ অন্ততউচ্চতম ন্যায়লয়ত জয়ী হয় আৰু নাথুৰামৰ বক্তব্য প্ৰকাশ কৰা হয় l নাথুৰাম গডচেই গান্ধী হত্যাৰ পক্ষত ১৫০ টা দলিল ন্যায়লয়ৰ সন্মুখত ৰাখিছিল l নাথুৰামৰ এই দলিল বোৰৰ কেইটামান মুখ্য আৰু জৰুৰী দলিল এনেধৰণৰ আছিল.......SOURCE(১) নাথুৰামৰ ধাৰণা আছিল গান্ধীৰ অহিংসাই হিন্দু সকলক ভয়াতুৰ আৰু দুৰ্বল বনাই দিব l কানপুৰত গনেশ শংকৰ বিদ্যাৰ্থীক যেতিয়া মুছলমান সকলে নিৰ্দয় ভাবে হত্যা কৰিছিল তেতিয়া গান্ধীয়ে সকলো হিন্দুকে কৈছিল যে গনেশ বিদ্যাৰ্থীৰ দৰে অহিংসাৰ পথত থাকি বলিদান দিবলৈ l নাথুৰামে বুজি পাইছিল গান্ধীৰ এই অহিংসাৰ নীতিয়ে হিন্দু সকলক দুৰ্বল কৰি পেলাব আৰু এদিন তেওলোকে নিজৰ অধিকাৰৰ কাৰণে যুদ্ধ কৰিব নোৱাৰিব lSOURCE(২) ১৯১৯ চনত অমৃতসৰৰ জালিৱানাবাগৰ গণহত্যাৰ পিছৰে পৰা গোটেই ভাৰতত বৃটিছ শাষনৰ বিৰুদ্ধে আন্দোলন উফন্দি উঠিছিল l দেশৰ অধিকাংশই এই গণহত্যাৰ খলনায়ক জেনেৰেল ডায়াৰৰ ওপৰতঅভিযোগ চলোৱাৰ মানসেৰে গান্ধীৰ ওচৰ চাপিছিল কিন্তু গান্ধীয়ে এনে আবেদন পোনছাটে নাকচ কৰি দিছিল যিটোৱে নাথুৰামৰ হৃদয়ত আঘাত দিছিল lSOURCE(৩) গান্ধীয়ে খিলাফৎ আন্দোলনৰ সমৰ্থন কৰি ভাৰতীয় ৰাজনীতিত সাম্প্ৰদায়িকতাৰ বিষ মিহলি কৰি দিছিল l গান্ধীয়ে নিজকে মুছলমান হিতৈষী হিচাপে দেখুৱাইছিল, তেখেতে কেৰেলাৰ মৌপলা মুচলমানসকলৰ দ্বাৰা তাৰ ১৫০০ হিন্দুৰ হত্যা আৰু ২০০০ ৰৰো অধিক হিন্দুক বলপূৰ্ব্ক ধৰ্ম পৰিবৰ্তন কৰা ঘটনাৰ বিৰোধীতা পৰ্যন্ত নকৰিলে lSOURCE(৪) কংগ্ৰেছৰ ত্ৰিপুৰা অধিবেশনত নেতাজী সুভাষ চন্দ্ৰ বসু বহুমতেৰে অধ্যক্ষ নিৰ্বাচিত হৈছিল কিন্তু গান্ধীয়ে নিজৰ প্ৰিয় সীতাৰামাইয়াৰ সমৰ্থন কৰি আছিল আৰু শেষত একো নোৱাৰিবলপূৰ্ব্ক চলচাতুৰীৰে নেতাজীক ইস্তফা দিবলৈ বাধ্য কৰাইছিল lSOURCE(৫) ২৩ মাৰ্চ ১৯৩১ ত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাচী দিয়া হল l গোটেই দেশবাসীয়ে এই বীৰ সন্তান সকলৰ ফাচী ৰখাবলৈ গান্ধীৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল কিন্তু গান্ধীয়ে ভগত সিং হতৰ এই হিংসাক অনুচিত বুলি কৈ দেশবাসীৰ এই প্ৰাৰ্থনাক নাকচ কৰি দিলে lSOURCE(৬) গান্ধীয়ে কাশ্মীৰৰ হিন্দু ৰজা হৰি সিং ক কলে যে কাশ্মীৰ এখন মুছলমান বসতি প্ৰধান অঞ্চল গতিকে ইয়াৰ ৰজা কোনোবা মুছলমান হোৱা দৰকাৰ আৰু হৰি সিং এ সিংহাসন এৰি কাশীলৈ গৈ প্ৰাশ্চিত্য কৰিব লাগে l অথচ গান্ধীয়ে হায়দৰাবাদৰ নিজামৰ সমৰ্থন কৰিছিল যত হিন্দু সকল সংখ্যাগৰিষ্ঠ আছিল l গান্ধীৰ নীতি বিলাক ধৰ্মৰ লগে লগে সলনি হৈ গৈছিল l গান্ধীৰ মৃত্যুৰ পিছত সৰ্দাৰ পেটেলে সৈন্যৰ সহযোগত হায়দৰাবাদক ভাৰতৰ ভূখণ্ডৰ লগত অন্তৰ্ভুক্তকৰিলে যিটো গান্ধী জিয়াই থাকিলে হয়তো সম্ভৱ নহল হেতেন lSOURCE(৭) পাকিস্থানত হৈ থকা সাম্প্ৰদায়িক ৰক্তপাতৰ পৰা কেনেবাকৈ প্ৰাণ লৈ পলাই অহা হিন্দু শৰণাৰ্থী বোৰে যেতিয়াদিল্লীৰ খালি মছজিদ বোৰত আশ্ৰয় ললে তেতিয়া ভাৰতীয় মুছলমানে ইয়াৰ বিৰোধ কৰিলে আৰু তেতিয়া গান্ধী এই ক্ষেত্ৰত নিমাত হৈ গল l পিছত গান্ধীয়ে এই হিন্দু শৰণাৰ্থী সকলক (যত বৃদ্ধ, মহিলা আৰু শিশুৰ সংখ্যা অধিক আছিল) মছজিদৰপৰা খেদাই হাড় কপোৱা শিতত ৰাস্তাত আশ্ৰয় লবলৈ বাধ্য কৰিলে lSOURCE(৮) গান্ধীয়ে দিল্লীৰ মন্দিৰত নিজৰ প্ৰাৰ্থনা সভাৰ সময়ত নামাজ পঢ়িলে যিটোৰ বিৰোধীতা মন্দিৰৰ পূজাৰীৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন হিন্দু সংগঠন বোৰে কৰিছিল কিন্তু গান্ধীয়ে এই বিৰোধীতাৰ প্ৰতি কোনো কাণসাৰ নিদিলে l গান্ধীয়ে কিন্তু কেতিয়াও এখন মছজিদত গীতা পাঠ কৰোৱাৰ সাহস দেখুৱাব নোৱাৰিলে lSOURCE(৯) লাহোৰ কংগ্ৰেছত বল্লভভাই পেটেল সৰ্বসন্মতি ক্ৰমে অধক্ষ্য নিৰ্বাচিত হৈছিল কিন্তু গান্ধীৰ আকোৰগোজ মনোভাৱৰকাৰণে এই পদ জৱাহৰলাল নেহেৰুক দিবলগীয়া হল l গান্ধীয়ে নিজৰ দাবীবোৰ সকলোকে মনাবলৈ অনশন, ধৰ্ণা, মনমাৰি থকা, কোনো ব্যক্তিৰ লগত কথা নপতা আদিৰ দৰে যুক্তি বোৰক অস্ত্ৰ কৰি কাম আদায় কৰাটো ভালদৰে জানিছিল l এইবোৰ কৰোঁতে তেওঁ নীতি অনীতিৰ বিচাৰ অলপো কৰা নাছিল lSOURCE(১০) ১৪ জুন ১৯৪৭ ত দিল্লীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ বৈঠকত ভাৰত বিভাজনৰ প্ৰস্তাব খাৰিজ বা অগ্ৰাহ্য হবলৈ গৈ আছিল কিন্তু গান্ধীয়ে তাত উপস্থিত হৈ বিভাজনৰ প্ৰস্তাৱক সমৰ্থন কৰোৱালে অথচ এই গান্ধীয়ে নিজ মুখেৰে কৈছিল যে ভাৰতৰ বিভাজন তেওঁৰ মৃতদেহৰ ওপৰেদি হব l কেৱল দেশৰ বিভাজনেই নহল লগতে লাখ লাখ নিৰপৰাধী মানুহৰ হত্যা, ধৰ্ষণ আৰু গৃহহীন ও হল কিন্তু তেতিয়া গান্ধীয়ে একোনকৰিলে lSOURCE(১১) ধৰ্ম নিৰপেক্ষতাৰ নামত মুছলমান তুষ্টিকৰণ নীতিৰ আবিস্কাৰক এই গান্ধীয়েই আছিল l যেতিয়া মুছলমান সকলে সংস্কৃতক ৰাষ্ট্ৰভাষা বনোৱাৰ বিৰোধীতা কৰিছিল তেতিয়া গান্ধীয়ে ইয়াক সহজে মানি ললে আৰু সংস্কৃত বা হিন্দিৰ ঠাইতহিন্দুস্থানী (হিন্দী +উৰ্দুৰ) খিচিৰিক উচটনি দিব ধৰিছিলl বাদশ্বাহ ৰাম, বেগম সীতাৰ দৰে শব্দৰ প্ৰচলন আৰম্ভ হল lSOURCE(১২) কিছুমান মুছলমানৰ দ্বাৰা বন্দেমাতৰম গীতটোৰ বিৰোধীতা কৰাত গান্ধী নতমস্তক হৈ গল আৰু এই পবিত্ৰ গীতটোকভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হবলৈ নিদিলে lSOURCE(১৩ গান্ধীয়ে বহু স্থানত শিবাজী, মহাৰানা প্ৰতাপ, গুৰু গোবিন্দ সিং আদিক পথভ্ৰষ্ট দেশভক্ত বুলি উল্লেখ কৰিছিল কিন্তু মহম্মদ আলি জিন্নাহ ক কায়দে আজম বুলি সম্বোধন কৰিছিল lSOURCE(১৪) কংগ্ৰেছে ১৯৩১ চনত স্বতন্ত্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাবনোৱাৰ কাৰণে এখন সমিতি গঠন কৰিছিল আৰু এই সমিতি খনে সৰ্বসন্মত ক্ৰমে যতৰ অংকিত গেৰুৱা বস্ত্ৰক ৰাষ্ট্ৰীয় পতাকা ৰুপে মান্যতা দিছিল কিন্তু গান্ধীৰ আকোৰগোজৰ কাৰণে ইয়াক তিনি বৰণৰ বনাব লগীয়া হৈছিল lSOURCE(১৫) যেতিয়া বল্লভভাই পেটেলৰ নেতৃত্বত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মানৰ কাম চৰকাৰী খৰচতে হোৱাৰ প্ৰস্তাৱ পাচ কৰা হল তেতিয়া গান্ধীয়ে (গান্ধী কোনো মন্ত্ৰী মণ্ডলৰ সদস্যও নাছিল)চৰকাৰী খৰচৰ প্ৰস্তাৱ বাতিল কৰাই দিলে কিন্তু ১৩ জানুৱাৰী ১৯৪৮ চনত আমৰণ অনশনৰ মাধ্যমেৰে চৰকাৰক দিল্লীৰ মছজিদ সমূহ চৰকাৰী খৰছেৰে পুনৰ নিৰ্মান কৰিবলৈ প্ৰস্তাৱ পাচ কৰাৰ কাৰণে বাধ্য কৰিছিল lSOURCE(১৬) ভাৰতে স্বাধীনতা পোৱাৰ পিছত পাকিস্তানক এটা চুক্তি অনুসৰি ৭৫ কোটি টকা দিব লগীয়া আছিল l ভাৰতে ২০ কোটি টকা আদায়ো দিছিল কিন্তু ইযাৰ মাজতে ২২ অক্টোবৰ ১৯৪৭ চনত পাকিস্তানে কাশ্মীৰ আক্ৰমণ কৰিলে l কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলে এই আক্ৰমণত ক্ষুদ্ধ হৈ বাকী ৫৫ কোটি টকা নিদিয়াৰ সিদ্ধান্ত লৈছিল কিন্তু গান্ধীয়ে ইযাৰ বিৰোধ কৰিলে আৰু আমৰণ অনশন আৰম্ভ কৰি দিলে যাৰ পৰিনতিত ভাৰতে বাকী ৫৫ কোটি পাকিস্তানক দি দিলে l গান্ধী ভাৰতৰ নহয়, পথভ্ৰষ্ট পাকিস্তানৰ হে ৰাষ্ট্ৰপিতা আছিল কাৰণ প্ৰতি খোজত তেখেতে পাকিস্তানৰ পক্ষ লৈছিল লাগিলে পাকিস্তানৰ দাবী নায্য নহওক বা অনৈতিকে হওঁক l গান্ধীয়ে কেতিয়াও কাৰো বিৰোধক পাত্তা দিয়া নাছিল lওপৰোক্ত কাৰণ বিলাকৰ উপৰিও আৰু ১৩৪ টা কাৰনক দেশ বিৰোধী মানি নাথুৰামে মহাত্মা গান্ধীৰ হত্যাক ন্যায়ৰ পক্ষ লোৱা আৰু উচিত বুলি প্ৰমান কৰিব বিছাৰিছিল, ফেচবুক বন্ধু এজনৰ হিন্দীত লিখা কথা খিনিৰ অসমীয়া অনুবাদ কৰিলো, এই লিখনিত মোৰ ব্যক্তিগত কোনো পক্ষ বা বিপক্ষ নাই l যিহেতু গণতান্ত্ৰিক দেশৰ ৰাইজে ৰজা গতিকে সচা, মিছা বা সমালোচনা কৰাৰ দায়িত্ব ৰাইজৰ l আশা কৰো কোনেও মোক ব্যক্তিগত ভাবে সমালোচনাৰ মাজলৈ নিমন্ত্ৰন নিদিব যিহেতু এই লিখনি মোৰ নিজৰ নহয়, মই কেৱল অনুবাদকহে l ধন্যবাদ।[লেখক :: হিমাংশু দাস ]
গান্ধীক মই কিয় হত্যা কৰিলো :: নাথুৰাম গডচে

0 comments:
Post a Comment