অসমৰ বিশিষ্ট সাংবাদিক তিলক হাজৰিকাৰ যোৱা নিশা ১২.৫০বজাত গুৱাহাটিৰ জি এন আৰ চি হস্পিতালত মৃত্যু হৈছে। অসম বাণী আৰু সাদিনৰ প্রাক্তন সাংবাদিক হাজৰিকাৰ মৃত্যুত অসমে এজন বিশিষ্ট সাংবাদিকক হেৰুৱালে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। তেখেতলৈ আমি শ্রদ্ধাঞ্জলি নিবেদন কৰিছো।
0 comments:
Post a Comment