iphoneৰ দুটা মডেলৰ দাম কমিব:::

------------
iphone লব খোজা গ্ৰাহক সকললৈ সুখবৰ। অচিৰে দেশৰ বজাৰত এপল কোম্পানীয়ে দাম কমাব iPhoneৰ বিশেষ ২টা মডেলৰ। দাম কমিব iPhone 6s আৰু 6s plusৰ। ২২,০০০ টকাকৈ কমাব দুয়োটা মডেলত।
Share on Google Plus

About Unknown

0 comments:

Post a Comment