গুৱাহাটীলৈ অচিৰে অনা হ'ব চাহ ব'ৰ্ডৰ মুখ্য কাৰ্যালয়। টোকলাই গৱেষণা কেন্দ্ৰত আৰম্ভ হ'৸ব চাহ বিষয়ক পাঠ্যক্ৰম। দিল্লীত এই কথা জনালে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। দিল্লীত কালি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনৰে বৈঠকত মিলিত হয় পাটোৱাৰী। বৈঠকত অংশগ্ৰহণৰ পিছতে সাংবাদিকৰ আগত প্ৰকাশ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে।
Subscribe to:
Post Comments
(
Atom
)

যদি সচাকৈ কাৰ্যকৰী কৰা হয় ভাল কথা ৷
ReplyDelete