শিমলুগুৰিত চলন্ত ৰেলে কাটিলে যুৱকক:::

শিৱসাগৰৰ শিমলুগুৰিত ভয়ংকৰ দুৰ্ঘটনা। ষ্টেচনত চলন্ত ৰে'লে কাটিলে এজন যুৱকক। পানী আনিবলৈ যাওঁতে পিছল খাই যুৱকজন পৰিল প্লেটফৰ্মৰ তলত। থিতাতে নিহত যুৱকজনৰ নাম মন্তোষ কুমাৰ বৰ্মন। ডিব্ৰুগড়ৰ পৰা অহা যশোৱন্তপুৰ এক্সপ্ৰেছৰ দ্বাৰা সংঘটিত হয় এই দুৰ্ঘটনা।
Share on Google Plus

About Unknown

0 comments:

Post a Comment