ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীর্ণ শিক্ষার্থীসকলৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। সেই অনুসৰি মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব এক বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই সন্দৰ্ভত ছেবাৰ সচিবগৰাকীয়ে কয় যে যোৱা ৫ বছৰৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হ’ব পৰা নাই। তেওঁলোকৰ বাবে মুক্ত বিশ্ববিদ্যালয়ৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ অধীনত প্ৰতিখন জিলাতে একোটাকৈ কেন্দ্ৰ থাকিব। অনুত্তীর্ণ ছাত্র-ছাত্ৰীসকলে আবেদন প্র-পত্ৰ পূৰ কৰি বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অহা বছৰৰ এপ্ৰিলত অনুষ্ঠিত হ’ব এই বিশেষ পৰীক্ষা।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment