ধুবুৰীৰ বিলাসীপাৰাৰ বিশিষ্ট সাংবাদিক মৃত্যু

বিলাসীপাৰা মহকুমা প্ৰেছ ক্লাৱৰ (1991) প্ৰতিষ্ঠাপক সভাপতি আৰু ধুবুৰী ডিষ্টিক জাৰ্ণালিষ্ট এচোছিয়াছনৰ সভাপতি/ আসাম ট্ৰিবুন কাকতৰ বিলাসীপাৰা  ৰ জ্যৈষ্ঠ সাংবাদিক /অসম সংগ্ৰাম পৰিষদৰ প্ৰাক্তন সভাপতি অৰ্ধেন্দু কুমাৰ চক্ৰবৰ্ত্তীৰ   নিজা বাসভৱনত যোৱা নিশা মৃত্যু হয় ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment