ৰঙিয়াত অঘটন। সেনাৰ গাড়ীৰ খুন্দাত নিহত এজন। গাড়ীৰ খুন্দাত ৰাজপথত এজন লোক থিতাতে নিহত হয়। বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত চাইকেল আৰোহীজন। সাংসদ ভুবনেশ্বৰ কলিতাৰ ঘৰৰ কাষতে সংঘটিত হয় দুৰ্ঘটনাটো। আনহাতে, আৰোহীজনক খুন্দিয়াই পথৰ কাষৰ দেৱালত খুন্দা মাৰে আৰু গাড়ীৰ খুন্দাত বিধ্বস্ত হয় কলিতাৰ ঘৰৰ চৌহদৰ দেৱাল।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment