মাজুলীত হ’ব দেশৰ পঞ্চমখন সাংস্কৃতিক বিশ্ববিদ্যালয়


সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰা হব । বিশ্ববিদ্যালয়খন হৈ উঠিলে মাজুলী হ’ব দেশৰ পঞ্চমখন সাংস্কৃতিক বিশ্ববিদ্যালয় থকা স্থান। উল্লেখ্য যে এতিয়ালৈকে ভাৰতবৰ্ষত মাত্র চাৰিখনহে সাংস্কৃতিক বিশ্ববিদ্যালয় আছে। ইয়াৰ ভিতৰত হৈছে— বিহাৰৰ নৱ নালন্দা মহাবীহাৰা, জম্মু-কাশ্মীৰৰ চেণ্টেল ইনষ্টিটিউট অৱ বুদ্ধিষ্ট ষ্টাডিজ (চি আই বি এছ), নতুন দিল্লীৰ নেচনেল মিউজিয়াম ইনষ্টিটিউট আৰু উত্তৰ প্ৰদেশৰ চেণ্টেল ইউনিভাৰ্ছিটি অৱ তিব্বেতান ষ্টাডিজ (চি ইউ টি এছ)।
Share on Google Plus

About Unknown

0 comments:

Post a Comment