বিশ্বৰ সবাতোকৈ শকত মহিলা হােৱাৰ চেষ্টা মণিকা ৰীলেৰ;;নিতৌ প্ৰচুৰ খাদ্য গ্রহণ


আমেৰিকাৰ  টেক্সাছৰ মণিকা ৰীলে নামৰ মহিলাগৰাকীয়ে বিশ্বৰ  আটাইতকৈ শকত-আৱত মহিলা হােৱাৰ  বাবে অহােপুৰুষাৰ্থ কৰিছে । বর্তমান  বিশ্বৰ আটাইতকৈ শকত  মহিলা গৰাকী হৈছে ৪৭০ কিলোগ্রাম ওজনৰ আমেৰিকাৰে বাসিন্দা মাই ৰা  ৰোজালেছ। ৰীলেৰ ওজন তিনিশ কিলোগ্ৰামতকৈ বেছি ।সেয়ে  বিশ্বৰ আটাইতকৈ শকত মহিলা হ’বলৈ তেওঁক আৰু ১৫০ কিলোগ্রামৰ প্রয়োজন।তেওঁ বিশ্বৰ আটাইতকৈ শকত মহিলা হােৱাৰ চেষ্টাৰ অংশ হিচাপে  দিনীে ৮০০০ কেলৰিৰ খাদ্য গ্রহণ কৰি আছে। ।২৭  বছৰীয়া ৰীলেই ইউ-টিউবৰ যোগেদি লাভ কৰা ধনৰ যোগেদি সামগ্ৰীসমূহ ক্ৰয় কৰি আছে !

Share on Google Plus

About Unknown

0 comments:

Post a Comment