এক ডজন বন্দীৰ ডিঙি কাটি ঈদ পালন কৰিছে আইছিছে


Sickening footage shows men hanging upside down by their feet from meat hooks while they await execution
নৃশংসভাৱে এক ডজন বন্দীৰ ডিঙি কাটি ঈদ পালন কৰিছে আইছিছে।আমেৰিকাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আইছিছে এইদৰে নৃশংসভাৱে ঈদৰ দিনাই বন্দীকেইজনক হত্যা কৰে।ছিৰিয়াৰ উত্তৰ ভাগৰ ডেইৰ-ইজ- জোৰ চহৰৰ এখন কচাইখানাত -- বন্দীক জন্তুৰ দৰে তলমুৱাকৈ ওলমাই ডিঙি কাটি ঈদ পালন কৰাৰ গাৰ নোম শিয়ৰি যোৱা ভিডিঅ’ প্ৰচাৰ কৰিছে আইছিছে। 'দা মেকিং অব ইলুচন’ নামৰ এই ভিডিঅ’টাে ঈদ-উজ-জোহাৰ দিনাই আইছিছে প্ৰচাৰ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment