তিনিচুকীয়াত শক্তিশালী IED উদ্ধাৰ :: কুটাঘাটৰ আশংকা

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যখনক অশান্ত কৰিবলৈ উগ্ৰপন্থী সংগঠন সমূহে অহৰহ চেষ্টা চলাই সময়তে আজি তিনিচুকীয়াত উদ্ধাৰ হৈছে শক্তিশালী IED।  জিলাখনৰী পেঙেৰী থানাৰ অন্তৰ্গত তৰণী চাহ বাগিছাত উদ্ধাৰ কৰে IED টো আৰক্ষী আৰু সেনাই। পিছত সেনাই IED টো নিৰাপদ স্থানত নি বিষ্ফোৰণ ঘটায়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment