কোকৰাঝাৰত এগৰাকী মহিলা হত্যা ::: উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ

এগৰাকী মহিলাক আজি কোকৰাঝাৰত অন্যায় ভাৱে হত্যা কৰা হয়। এই ঘটনা ঘটিছে জিলাখনৰ গামবাৰী গাওঁত। গাওঁখনৰ ৰিংকী ব্ৰহ্ম নামৰ মহিলা গৰাকীৰ মৃতদেহ দীপাকৰ ব্ৰহ্মৰ ঘৰত উদ্ধাৰ হোৱাত গাওঁখনত এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে দীপাকৰৰ ঘৰটো জ্বলাই দিয়ে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment