IED নিক্ষেপ অৰুণাচলত:: NSCN(K) আৰু অসম ৰাইফলছৰ মাজত গুলীয়াগুলী

অৰুণাচলৰ চাংলাঙত NSCN(K)আৰু অসম ৰাইফল্ছৰ মাজত আজি পুৱতি নিশা গুলীয়াগুলি হয়। অসম ৰাইফল্ছৰ জোৱানলৈ ৪টা IED নিক্ষেপ কৰে NSCN(K) সংগঠনটোৱে। এই তুমুল সংঘৰ্ষত অসম ৰাইফল্ছৰ এজন জোৱান আহত হয়। আহত জোৱানজনক ডিংজান হাস্পতালত ভৰ্তি কৰোৱা হয়। দুয়ো পক্ষৰ সংঘৰ্ষত NSCN(K) সংগঠনটোৰো ৩জন সদস্য আহত হয়। NSCN(K)ৰ কমাণ্ডাৰ মাকাম নিমুৰ নেতৃত্বত এই গুলীয়াগুলিৰ ঘটনা সংঘটিত হয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment