মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যত চিমেণ্টৰ কৃত্ৰিম মূল্যবৃদ্ধি ঘটোৱা কোম্পানীসমূহৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগক গোচৰ তৰাৰ নিৰ্দেশ দিছে । Competition Comission and Consumer Courtত এই গোচৰ তৰিব খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগে। কিছুদিন পূৰ্বে ৰাজ্যত ব্যৱসায় কৰা ২৫টা চিমেণ্ট কোম্পানীৰ সৈতে আলোচনাত বহিছিল মুখ্যমন্ত্ৰী। সেই বৈঠকতে চিমেণ্টৰ মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছিল যদিও চিমেণ্ট কোম্পানীসমূহে হ্ৰাস কৰা নাছিল মূল্য। সেয়েহে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment