নগাঁও আৱৰ্ত ভৱনত গঁড়ৰ খড়্গৰ পৰীক্ষা অব্যাহত। মঙলবাৰে নগাঁও কোষাগাৰত জমা থকা গঁড়ৰ খড়্গ পৰীক্ষা কৰোঁতে উদ্ধাৰ হ'ল এটা ৩.৫ কেজি ওজনৰ খড়্গ। ৰাজ্যৰ কেইবাটাও কোষাগাৰত এইপৰ্যন্ত পৰীক্ষা কৰা খড়্গসমূহৰ ভিতৰত সবাতোকৈ বৃহৎ খড়্গ ৰূপে পৰিগণিত হৈছে এই খড়্গটো। ১৯৮২ চনত খড়্গটো উদ্ধাৰ কৰা হৈছিল কাজিৰঙাৰ পশ্চিম বাগৰি বনাঞ্চলৰ পৰা।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment