ৰাজ্য চৰকাৰে অসমৰ সকলো সাংস্কৃতিক আৰু পৰম্পৰাগত কলাৰ সংৰক্ষণ, লেখাগাৰকৰণ, তথ্য সন্বলিতকৰণ আৰু ইয়াৰ সক্ৰিয়কৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । অসমৰ কলা আৰু সংস্কৃতিৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে সমগ্ৰ দেশখনৰ নিৰ্বাচিত বিশ্ববিদ্যালয়সমূহত অসম অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতখনক অধিক চহকী কৰি তুলিবলৈ অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত এখনি সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে । #IndiaIndependenceDay
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment